হাগ্ৰামা-প্ৰমোদ পিছপৰি আছে!

দেৱৰগাঁৱত প্ৰথম ৰাউণ্ডৰ পিছত ৪৮ টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী।অন্যহাতে ককলাবাৰী সমষ্টিত পিছ পৰি আছে UPPLৰ প্ৰাৰ্থী প্ৰমোদ বড়ো।অৱশ্যে অন্য এখন আসনত আগবাঢ়ি আছে প্ৰমোদ বড়ো।

btcelectionsliderthecrosscurrent
Comments (0)
Add Comment