বিশ্বগুৰুৰ দেশ কিয় হ’ব নোৱাৰে ভাৰত?

আপুনি কল্পনা কৰিব পাৰেনে যে দেশৰ প্ৰতি ১০০ জন যুৱকৰ ২৫ জনৰে হাতত নাই কোনো কৰ্মসংস্থাপন? বা আপুনি কল্পনা কৰিব পাৰেনে দেশৰ কোনোবা ৰাজ্যত প্ৰতি ১০০ জন যুৱকৰ ভিতৰত ৪৭ জনৰে নাই কোনো কৰ্মসংস্থাপন? কৈ থকা হৈছে পাঁচ ট্ৰিলিয়ন অৰ্থনীতিৰ কথা৷দেখুৱা হৈছে বিশ্ব গুৰু হোৱাৰ স্বপ্ন৷ কিন্তু য’ত ইমান সংখ্যক মানুহ কৰ্ম সংস্থাপনহীন, পাঁচ ট্ৰিলিয়ন অর্থনীতি বা বিশ্ব গুৰু হোৱাৰ স্বপ্নৰ পূৰণ- কেনেকৈ সম্ভৱ?

 

 

#india_government#indian_economy#narendra_modi#unemployed#unemplyeementthecrosscurrent
Comments (0)
Add Comment