- গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছে৷
- সকলো কেইগৰাকী ইতিমধ্যে চিনাক্ত হোৱা ফেন্সী বজাৰৰ আক্ৰান্তজনৰ লগত জড়িত৷
- আটাইকেইজন আছিল কোৱাৰিণ্টাইনত৷
- টুইটযোগে এই কথা সদৰী কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷
Alert ~ 15 persons are tested #COVID19 + in Kamrup Metro. All are related to patient from Guwahati's Fancy Bazaar, who tested + recently. All under quarantine and please dont panic.
↗️Total cases 79
↗️Discharged 39
↗️Active cases 37Update 7.10 pm/May 13#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) May 13, 2020