অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ২০০ ৰ সীমা অতিক্ৰম কৰিলে ৷ নতুনলৈ ৭ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ ক’ৰোনা আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ বিপৰীতে ২ গৰাকী পশ্চিম কাৰ্বি আংলঙৰ ,এজন দৰঙৰ আৰু আনগৰাকী ওডালগুৰিৰ ৷ অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২০৩ ৷
????Alert ~ Four persons reported #COVID19 positive from Sarusajai Quarantine Centre – 2 belong to West Karbi Anglong; 1 each from Darrang and Udalguri.
↗️Total cases 203
↗️Recovered 54
↗️Active cases 142
↗️Deaths 04
↗️Migrated 03Update 8.00 pm / May 21#AssamCovidCount pic.twitter.com/YjWoIzgIDV
— Himanta Biswa Sarma (@himantabiswa) May 21, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.