অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ’ল ক’ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬৷
A 9 year-old boy from Ward No 3 of #Jorhat, and who came from Delhi, has tested #COVID positive. He is now in Jorhat Medical College & Hospital.
↗️Total cases 96
↗️Recovered 41
↗️Active cases 51
↗️Deaths 2
↗️Migrated 2Update 1.40 pm / May 17#AssamCovidCount pic.twitter.com/gIlS3MKFcu
— Himanta Biswa Sarma (@himantabiswa) May 17, 2020