অসমত ক’ৰোনা আক্ৰান্ত এজন লোকৰ আজি মৃত্যু হয় ৷ লোকজনৰ নাম গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰ ৷ জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আজি ৭১ বছৰীয়া লোকজনৰ মৃত্যু হয়৷ তেওঁকে ধৰি অসমত ক’ৰোনা আক্ৰান্ত মুঠ ৩ গৰাকী লোকৰ মৃত্যু হ’ল৷ উল্লেখ্য যে ,ডিঙিৰ কৰ্কট ৰোগত আক্ৰান্ত লোকজন কিছুদিন পূৰ্বে মুম্বাইৰ পৰা অসমলৈ উভতি অহিছিল৷
Extremely sad to share that Gopindra Ch Malakar 71, who returned from Mumbai & had neck cancer + Covid + passed away at 11.05 am at GMCH owing to respiratory distress. Doctors did their best. DME has reached & DC informed for other formalities.
Heartfelt condolences. pic.twitter.com/FCVxhjD9SM
— Himanta Biswa Sarma (@himantabiswa) May 18, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.