অসমত পুনৰ বাঢ়িল ক’ৰোনা ৰোগী ৷ এইবাৰ গোলাঘাটৰ ২ গৰাকী ব্যক্তিৰ দেহত ক’ৰোনাৰ সংক্ৰমন ধৰা পৰিছে৷ এতিয়ালৈ অসমত ক’ৰোনা অক্ৰান্তৰ মুঠ সংখ্যা হ’ল ১০৪৷
Alert ~ Two persons have tested #COVID19 + in Golaghat.
↗️Total cases 104
↗️Recovered 41
↗️Active cases 58
↗️Deaths 3
↗️Migrated 2Update 3.20 pm / May 18#AssamCovidCount pic.twitter.com/AjJ5kWT84Q
— Himanta Biswa Sarma (@himantabiswa) May 18, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.