ৰাজ্যত আৰু দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে এজন যোৰহাটৰ আৰু আনজন নগাৱৰ৷ দুয়োগৰাকী লোক সম্প্ৰতি কোৱাৰেন্টাইন চেন্টাৰত আছে৷ ইয়াকে লৈ অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই তথ্য৷
Alert ~ Two persons one from Jorhat and another one from Nagaon have tested #COVID19 + . They are in our quarantine centres.
↗️Total cases 102
↗️Recovered 41
↗️Active cases 57
↗️Deaths 2
↗️Migrated 2Update 11.15 am / May 18#AssamCovidCount pic.twitter.com/exgQT5ef1J
— Himanta Biswa Sarma (@himantabiswa) May 18, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.