ৰাজ্যত পুনৰ ১০ টা নতুন  সংক্ৰমনৰ ঘটনা

ৰাজ্যত পুনৰ ১০ টা নতুন  সংক্ৰমনৰ ঘটনা পোহৰলৈ আহিছে।অসমত মুঠ সংক্ৰমন বাঢ়িলে ৩২৯  লৈকে।

  • ৪ গৰাকী মৰিগাঁৱৰ
  • নলবাৰীৰ ২ গৰাকী
  • ১ গৰাকীকৈ নগাঁও, হোজাই, গোলাঘাট আৰু যোৰহাটত

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Comments (0)
Add Comment