ৰাজ্যত চাৰিখন নতুন মেডিকেল কলেজৰ অনুমোদন

আজি অসম চৰকাৰে ৪ খন নতুন মেডিকেল কলেজৰ অনুমোদন দিছে। আজি এক সংবাদমেল যুগে এই কথা ঘোষণা কৰে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ৪ খন মেডিকেল কলেজৰ বাবে চৰকাৰে ধাৰ্য্য কৰিছে প্ৰায় ২৫০০ কোটি টকা।গোৱালপাৰা, গুৱাহাটী, চৰাইদেও আৰু বিশ্বনাথত এই চাৰিখন নতুন মেডিকেল কলেজ স্থাপন কৰা হ’ব।

aasam governmenthimanta biswa sharmamedicqal collegethe crosscurrent
Comments (0)
Add Comment