ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি

ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি। এইমুহূৰ্তত অহা খবৰ অনুসৰি শিলচৰত কোৱাৰেণ্টীন চেণ্টাৰত থকা দুগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰে এগৰাকী কাছাৰৰ আবাসী আৰু আনগৰাকী হাইলাকান্দিৰ। টুইটেযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

assamCORONAcrosscurrentthe crosscurrent
Comments (0)
Add Comment