সুৰাপায়ী সকলৰ বাবে সুখবৰ:কাইলৈৰ পৰা অসমত খুলিব Bar

Bar খোলাৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে। আজি এক জাননীৰ যোগেদি অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিবে অসমৰ সুৰাৰ অনুজ্ঞাপত্ৰ থকা ৰেষ্টুৰেন্ট সমূহত সুৰা বিক্ৰীৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব ‘বাৰ’ সমূহ।

 

অৱশ্যে কোভিড-১৯ ৰ পৰিপেক্ষিতত ৰেষ্টুৰেণ্ট সমূহে সামাজিক দূৰত্ব আৰু আন প্ৰয়োজনীয় নীতি নিয়ম সমূহ মানি চলিব লাগিব।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

alchoholassam governmentbar opencoronaviruslockdownthe cross current
Comments (0)
Add Comment