লকডাউন বৃদ্ধিৰ লগতে ২০ লাখ কোটি টকাৰ আর্থিক প্যাকেজ ঘোষণা- প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্য:

• ভাৰতবাসীৰ প্রতিজন নাগৰিকৰ প্রতি আমাৰ আহ্বান, স্বনির্ভৰ ভাৰত গঢ়ি তোলক

• চতুর্থ দফাৰ লকডাউন সম্পূৰ্ণ ভিন্ন হব

• কৰোনাভাইৰাচ দীর্ঘদিন আমাৰ মাজত থাকিব

• ২০ লাখ কোটি টাকাৰ আর্থিক প্যাকেজ ঘোষণা, এই পৰিমান জিডিপিৰ প্রায় ১০ শতাংশ

• এই আর্থিক প্যাকেজ দেশৰ দৰিদ্ৰ সাধাৰণ মানুহৰ বাবে

lock downnarendra modisliderthe crosscurrent
Comments (0)
Add Comment