ৰাজ্যপাল জগদীশ মুখীৰ বিৰুদ্ধে কি অভিযোগ হাগ্ৰামা মহিলাৰীৰ ?

বিগত মংগলবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কোকৰাঝাৰ ভ্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ গাইডলাইন অমান্য কৰিছে।গাইডলাইন অনুসৰি ৬৫ বছৰৰ উৰ্ধৰ ৰাজ্যপালজনে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগে।-এই অভিযোগ হাগ্ৰামা মহিলাৰীৰ।আজি এক ফেচবুক অপডেটৰ জৰিয়তে হাগ্ৰামা মহিলাৰীয়ে এই কাৰ্যৰ দ্বাৰা সামাজিক ব্যৱধান ভংগ হোৱাৰ অভিযোগ তুলি,ইয়াৰ পৰা হ’ব পৰা দুৰ্যোগৰ বাবে কোন দায়ী হ’ব বুলিও গৃহমন্ত্ৰালয়ৰ দৃষ্টিগোচৰ কৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

hagramamahilaryjagdish mukhithe crosscurrent
Comments (0)
Add Comment