চাকৰি বিচৰা নিবনুৱাক আৰক্ষীৰ গালি আৰু গোৰ কিয়?

চাৰি বছৰে নিযুক্তিৰ বাবে আশাৰে ৰৈ থকা এদল নিবনুৱা ৷ ফলাফল বিচাৰি আহিছিল মহানগৰীলৈ ৷ তাৰ পাছত সন্মুখীন হ’ল অকথ্য নিৰ্যাতনৰ ৷ মুখ্যমন্ত্ৰীৰ সন্দেহ-ফাদিল হৈছে ফলাফল ৷ আৰক্ষীৰ নিযুক্তিক লৈ অনেক প্ৰশ্ন ৷ চাওক এই প্ৰতিবেদনত –

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu Twitter: https://twitter.com/CurrentCross

#assam_government#assam_police#bjp_government#himanta_biswa_sarma#joblessguwahatithecrosscurrrentunemployment
Comments (0)
Add Comment