গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত

গুৱাহাটীত নতুনকৈ দুজন ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছে৷
ইয়াৰে এজনৰ আচল ঘৰ মৰিগাঁৱত৷
আনজন ব্যক্তি গুৱাহাটীৰ৷ টুইটযোগে এই খবৰ প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

assamCORONAthe crosscurrent
Comments (0)
Add Comment