অসমত ৯ বছৰীয়া শিশুৰ দেহত ক’ৰোনা

অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ’ল ক’ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬৷

assamCORONApandemicsliderthecrosscurrent
Comments (0)
Add Comment