অসমত আৰু দুজনৰ দেহত ক’ৰোনা ,মুঠ ১০৪

অসমত পুনৰ বাঢ়িল ক’ৰোনা ৰোগী ৷ এইবাৰ গোলাঘাটৰ ২ গৰাকী ব্যক্তিৰ দেহত ক’ৰোনাৰ সংক্ৰমন ধৰা পৰিছে৷ এতিয়ালৈ অসমত ক’ৰোনা অক্ৰান্তৰ মুঠ সংখ্যা হ’ল ১০৪৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

assamCORONAthecrosscurrent
Comments (0)
Add Comment