‘অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু বিচাৰক৷’

‘অসমত আদালতৰ প্ৰয়োজন নাই৷হিমন্ত বিশ্ব শর্মাই এতিয়া মুখ্যমন্ত্ৰী,পুলিচ,আইন আদালত আৰু বিচাৰক৷’ মূল্যবৃদ্ধি আৰু এনকাউন্টাৰক লৈ সৰৱ হল অখিল গগৈ৷৬০ টকা দামৰ পেট্ৰল ৰাইজে কিনিব লগা হৈছে এশ টকাত৷কেনেকৈ কমিব মূল্যবৃদ্ধি?বাখ্যা অখিল গগৈৰ৷

#akhil_gogoi#assam_government#bjp_government#himanta_biswa_sarma#price_hike_protest#pricehikethecrosscurrent
Comments (0)
Add Comment