সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যুদ্ধ, মধ্যভোগী নে উৎপাদনৰ অভাৱত বাঢ়িছে নেমুৰ দাম?

গ্ৰাহকে ১৫ টকাত কিনা নেমুটো কৃষকে বিক্ৰী কৰিছিল আঢ়ৈ টকাত৷ একেটা নেমুকে গ্ৰাহকক বিক্ৰী কৰি ব্যৱসায়ীয়ে লাভ অর্জন কৰিলে আঢ়ৈ টকা৷ কিন্তু বাকী ১০ টকাটো কলৈ গ’ল? নেমুৰ দাম কিয় বাঢ়িছে- উৎপাদনৰ অভাব,যুদ্ধ নে মধ্যভোগীৰ উপদ্ৰব? সৱিশেষ ৰাউণ্ড দ্য ক্লকত-

 

- Donation -

Leave A Reply

Your email address will not be published.