দেশত পৰৱৰ্তী চৰকাৰৰ জল্পনা-কল্পনা আৰম্ভ

5cd28151497c6520193rahul_naidu.jpeg

·        দেশত পৰৱৰ্তী চৰকাৰৰ জল্পনা-কল্পনা আৰম্ভ

·        অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ সাক্ষাৎ ৰাহুল গান্ধীক

·        পশ্চিমবংগলৈ ৰাওনা হোৱাৰ প্ৰাকমুহুৰ্তত সাক্ষাৎ ৰাহুল গান্ধীক

·        আজি মমতা বেনাৰ্জীৰ লগত প্ৰচাৰ চলাব চন্দ্ৰবাবু নাইডুয়ে

 

·        ২৩ মেৰ পিছত দেশত নতুন প্ৰধানমন্ত্ৰী হ’ব বুলি ঘোষনা চন্দ্ৰবাবু নাইডুৰ

·        পৰৱৰ্তী চৰকাৰৰ বাবে দিলে তিনিটা সমীকৰণ-

১/কংগ্ৰেছৰ নেতৃত্বত হ’ব নতুন চৰকাৰ

২/বাহিৰৰ পৰা কংগ্ৰেছৰ সমৰ্থনত হ’ব চৰকাৰ

৩/মহাজোঁটত চামিল হ’ব কংগ্ৰেছ